అర్థం : শৰীৰৰ বল
							ఉదాహరణ : 
							সুষম আহাৰ খাবলৈ নাপালে শক্তি কমি যায়
							
పర్యాయపదాలు : জোৰ, শকতি, শাৰীৰিক বল, শাৰীৰিক শক্তি
అర్థం : প্রাকৃতিক ভাণ্ডাৰ
							ఉదాహరణ : 
							বিজুলীশক্তিৰ উৎপাদন প্রাকৃতিক শক্তিৰ পৰা কৰা হয়
							
అర్థం : তন্ত্রত বর্ণিত এগৰাকী অধিষ্ঠাত্রী দেৱী যাৰ উপাসনা কৰা সকলক শাক্ত বুলি কোৱা হয়
							ఉదాహరణ : 
							প্রাচীন কালৰ পৰা শক্তিৰ উপাসনা চলি আহিছে
							
అర్థం : কোনোৱে কিবা কৰিব পৰাৰ যোগ্যতা
							ఉదాహరణ : 
							কিছুমান মানুহে নিজৰ অধিকাৰৰ অপব্যৱহাৰ কৰে
							
పర్యాయపదాలు : অধিকাৰ
అర్థం : হেঁ্চা প্রয়োগ কৰাৰ ফলস্বৰূপে উৎপন্ন হোৱা শক্তি
							ఉదాహరణ : 
							পানীৰ অত্যধিক চাপৰ কাৰণে বান্ধটো ভাঙিল
							
పర్యాయపదాలు : চাপ