అర్థం : মৌন ৰূপেৰে
							ఉదాహరణ : 
							আপুনি ইয়াত মনে মনে বহি থাকক
							
పర్యాయపదాలు : অগোচৰে, অজ্ঞাতসাৰে, অপ্রকাশ্যে, আঁতে আঁতে, আঁৰলে-নিৰলে, আঁৰে আঁৰে, আলচুলকৈ, কোনেও নজনাকৈ, গুপ্তভাৱে, গোপনে, চুপ-চাপ, চুপে-চাপে, চোৰাংকৈ, টিপতে, ঠাৰে-চিয়াঁৰে, ঠাৰে-ঠোৰে, তলে তলে, থাপ-থোপকৈ, থুপে থাকে, থোপে-গোপে, পেটে পেটে, ভিতৰি ভিতৰি, ভিতৰে ভিতৰে, মনে মনে, লুকঢাককৈ, লুকাই লুকাই, শান্তভাৱে, সংগোপনে, সংগোপে, সুত কৰে, সুতুক কৰে, সুৰুক কৰে
అర్థం : আনৰ নজৰ বা দৃষ্টিৰ অগোচৰে হোৱা
							ఉదాహరణ : 
							শ্যাম মনে-মনে আহি মোৰ পিছত থিয় হৈ আছিল
							
పర్యాయపదాలు : মনে-মনে