అర్థం : আঠাজাতীয় বস্তুৰ সৈতে কোনো দুটা বস্তু পৰস্পৰ লগলাগি যোৱা
							ఉదాహరణ : 
							কাগজখন কাঠডালত লাগি ধৰিল
							
పర్యాయపదాలు : আঁট ্খোৱা
అర్థం : শৰীৰৰ কোনো শিৰা, পেশী আদি জঠৰ হোৱা
							ఉదాహరణ : 
							মোৰ ডিঙিটো টানি ধৰিছে
							
పర్యాయపదాలు : টানি ধৰা, পাক খোৱা, মোচোকা খোৱা
అర్థం : দুটা বস্তু এক কৰিবলৈ পৰস্পৰৰ পিঠি বা তল লগ লগোৱা
							ఉదాహరణ : 
							শিশুটোৱে ভয় খাই মাকৰ কোলাত লিপিট খাই ধৰিলে  শল্য চিকিৎসাৰ দ্বাৰা তেওঁৰ ্ কটা আঙুলিটো লগ লাগিল
							
పర్యాయపదాలు : আঠা লগা, লগ লগা, লিপিট খোৱা, সাবটি ধৰা