అర్థం : সামান্য শাৰীৰিক অৱস্থা বা ক্রিয়াত ৰোগীৰ অনুভৱ হোৱা সেই পৰি্ৱর্তনবোৰ আৰু যিবোৰ কোনো কোনো ৰোগৰ সূচক হয়
							ఉదాహరణ : 
							টাইফয়ডৰ লক্ষণ যেন লাগিছে
							
పర్యాయపదాలు : ৰোগৰ লক্ষণ
అర్థం : কোনো বস্তুৰ মাজত পোৱা বিশেষ কথা বা তত্ত্ব যাৰ দ্বাৰা তেনে বস্তু অন্য বস্তুতকৈ পৃথক বুলি গণ্য কৰা হয়
							ఉదాహరణ : 
							সকলো বস্তুৰে কিছুমান লক্ষণ থাকে
							
పర్యాయపదాలు : গুণ
అర్థం : কোনো বিশেষ কামৰ আৰম্ভণিতে দেখা দিয়া শুভ বা অশুভ চিন
							ఉదాహరణ : 
							মহিলাৰ বাঁওচকু লৰিলে শুভ লক্ষণ হোৱাৰ বিপৰীতে পুৰুষৰ বাঁওচকু লৰিলে অশুভ লক্ষণ বুলি বিশ্বাস কৰা হয়
							
పర్యాయపదాలు : পূর্বাভাস