అర్థం : দলিচা, কাপোৰ আদি মাটি বা কোনো সমতল বস্তু আদিত বহলাই দিয়া
							ఉదాహరణ : 
							তেওঁ বিচনাত চাদৰখন মেলি দিলে
							
పర్యాయపదాలు : পাৰি দিয়া, বিস্তাৰ কৰা, মেলা
అర్థం : কোনো বস্তুৰ প্রসাৰিতকৰণ
							ఉదాహరణ : 
							তেওঁ ভিজা কাপোৰখন ৰʼদত মেলি দিছে
							
పర్యాయపదాలు : বহলকৈ মেলা, বিস্তাৰ কৰা, মেলা