అర్థం : কোনো বস্তুৰ বিনিময় কার্যত ব্যৱহাৰ হোৱা সাঁচত ঢলা নির্দিষ্ট মূল্যৰ ধাতুৰ টুকুৰা
							ఉదాహరణ : 
							পুৰণি কালত সোণ, ৰূপৰ মুদ্রাৰ প্রচলন আছিল
							
పర్యాయపదాలు : ধাতুমুদ্রা
అర్థం : থিয় হোৱা, বহা আদিত শৰীৰৰ অংগৰ কোনো স্থিতি
							ఉదాహరణ : 
							এই ফটোখনত আপোনাৰ মুদ্রাই কৈছে যে আপুনি শুই আছিল