అర్థం : কোনো বন্ধন বা কাম আদিৰ পৰা মুক্ত হোৱা
							ఉదాహరణ : 
							ঋষিজনে নিজৰ সাধনাৰ বলত সংসাৰৰ দুখৰ পৰা উদ্ধাৰ পালে
							
పర్యాయపదాలు : উদ্ধাৰ পোৱা, নিস্তাৰ পোৱা
అర్థం : বান্ধি থোৱা বা ফান্দত পৰা কোনো বস্তু আঁতৰি যোৱা কার্য
							ఉదాహరణ : 
							মাছবোৰ জালৰ পৰা এৰাই গʼল
							
పర్యాయపదాలు : উন্মুক্ত হোৱা, এৰাই যোৱা, বন্ধন মুক্ত হোৱা, সুলকি যোৱা