అర్థం : যʼত কোনো ধৰণৰ বাধা নাথাকে
							ఉదాహరణ : 
							মুকলি বতাহত খোজকঢ়া স্বাস্থ্যৰ বাবে উপকাৰী
							
అర్థం : ঢাকি নৰখা বা আৱৰি নৰখা
							ఉదాహరణ : 
							উদং হৈ থকা বস্তুবোৰ ঢাকি ৰাখা
							
పర్యాయపదాలు : অনাচ্ছাদিত, অনাবৃত, অনাৱেষ্টিত, আৱৰণহীন, উদং, উন্মুক্ত, খোলা, ঢঢৈয়া, ঢাকনহীন, ধোবাং বাং, ফলং লং, ফলংলঙীয়া, ফলঙা, মুকলি-হাকলি