అర్థం : তামিল ভাষাৰ সৈতে অতি ওচৰৰ সম্বন্ধ থকা এটা দ্রাবিড় পৰিয়ালৰ ভাষা যিটো দক্ষিণ ভাৰতত কোৱা হয়
							ఉదాహరణ : 
							মই মালয়ালম কʼব পাৰোঁ
							
పర్యాయపదాలు : মালায়ালম
అర్థం : মালয়ালম ভাষাৰ বা মালায়ালম ভাষাৰ সৈতে সম্বন্ধ থকা
							ఉదాహరణ : 
							এই চিনেমাখন মালয়ালম কাহিনী আধাৰত বনোৱা হৈছে