అర్థం : মনত উদয় হোৱা ভাব বা কোনো বিচাৰ
							ఉదాహరణ : 
							মনোভাবৰ ওপৰত নিয়ন্ত্রণ ৰখাটো কঠিন মনলৈ বিভিন্ন ধৰণৰ ভাব আহে
							
పర్యాయపదాలు : ভাব, মনোভাবনা, মানসিক ভাব
అర్థం : মনৰ অৱস্থা
							ఉదాహరణ : 
							তেওঁৰ ্মানসিক অৱস্থা এতিয়া ভাল নহয়
							
పర్యాయపదాలు : মনোবৃত্তি, মনোৱস্থা, মানসিক অৱস্থা, মানসিকতা