అర్థం : শান্ত হৈ পৰা এক অৱস্থা
							ఉదాహరణ : 
							জলবায়ু অতি গৰম যদিও বতাহ শান্ত হৈ পৰিছে
							
పర్యాయపదాలు : শান্ত হোৱা
అర్థం : কথা নোকোৱা বা কথা নপতা
							ఉదాహరణ : 
							কাজিয়াখনৰ পৰা পৰিত্রাণ পাবৰ কাৰণে তেওঁ ্ মৌন হৈ ৰʼল
							
పర్యాయపదాలు : অমাত হোৱা, চুপ থকা, চুপ-চাপ থকা, চুপে-চাপে থকা, নিমাত হোৱা, নিমাতে থকা, নীৰৱ হোৱা, মূক হোৱা, মৌন হোৱা