అర్థం : সূর্য ্বা চন্দ্রৰ চাৰিওফালে দেখা পোৱা ঘেৰা
							ఉదాహరణ : 
							সূর্য মণ্ডলত ্ভালেমান গ্রহে পৰিভ্রমণ কৰে
							
అర్థం : ঘেৰি থকা কোনো ক্ষেত্র বা গোলাকাৰ বিস্তাৰ
							ఉదాహరణ : 
							তুমি এই পৰিধিৰ পৰা বাহিৰলৈ নাহিবা
							
పర్యాయపదాలు : পৰিধি
అర్థం : ভূগোলত গৰম-ঠাণ্ডাৰ বিচাৰ কৰি পৃথিৱীক ্পাঁচ ভাগত বিভক্ত কৰা ভাগৰ এটা ভাগ
							ఉదాహరణ : 
							উত্তৰ মেৰু শীতোষ্ণ অঞ্চলত পৰে