అర్థం : যি ্ সর্বতোপ্রকাৰে পূর্ণ ্ বা ভৰি থকা
							ఉదాహరణ : 
							লালাজীৰ ঘৰ ধন-ধানেৰে পৰিপূর্ণ
							
పర్యాయపదాలు : খুন্দখাই থকা-, ঠাহখাই থকা-, পূর্ণ, পৰিপূর্ণ, ভর্তি, সম্পূর্ণ
అర్థం : যিমান অধিক সোমাই থকিব পাৰে সিমান সোমাই থকা
							ఉదాహరణ : 
							পুখুৰীটো পানীৰে ভৰপূৰ
							
పర్యాయపదాలు : ভৰ-পূৰ
అర్థం : সম্পূর্ণৰূপে ভৰি থকা
							ఉదాహరణ : 
							তেওঁ ্মোৰ হাতৰ পৰা গাখীৰেৰে ভৰপূৰ হৈ থকা গিলাচটো নমাই থʼলো