అర్థం : মানুহৰ মাত অনুসৰণ কৰিব পৰা ঘৰত পোহা এবিধ সেউজীয়া ৰঙৰ চৰাই
							ఉదాహరణ : 
							সজাত থকা ভাটৌটোৱে ৰাম ৰাম বুলি কৈছে
							
పర్యాయపదాలు : ভাটৌ চৰাই
అర్థం : ভাটৌ জাতিৰ মাইকী
							ఉదాహరణ : 
							মোহনে তাৰ ঘৰত এজনী ভাটৌ পুহিছে
							
పర్యాయపదాలు : ভাটৌ(জনী), মাইকী ভাটৌ