అర్థం : ভাগৰুৱা অৱস্থা বা ভাৱ
							ఉదాహరణ : 
							খেতিয়কে গছৰ ছাঁত বহি ভাগৰ পলুৱাই আছে
							
పర్యాయపదాలు : ক্লান্তি, পৰিশ্রান্তি, শ্রান্তি
అర్థం : গোটেই ৰাতি জাগি থকাৰ কাৰণে দেহ-মনলৈ অহা অৱসাদ
							ఉదాహరణ : 
							বাইদেউৰ বিয়াৰ পিছৰ ভাগৰ এতিয়াও মৰা নাই