అర్థం : কম্পিউটাৰ চায়েন্সত এক বা একাধিক সংকেতৰ সমূহ যʼত তথ্য সু-শৃংখলিতভাৱে থাকে
							ఉదాహరణ : 
							কম্পিউটাৰে আজিৰ তাৰিখটোক দিন,মাহ আৰু বছৰ এই তিনিটা ক্ষেত্রত দেখুৱায়
							
పర్యాయపదాలు : ক্ষেত্র
అర్థం : কোনো সম্পত্তি বা তাৰ পৰা হোৱা আয়ৰ ভাগ বা অংশ
							ఉదాహరణ : 
							তেওঁ ্মোৰ অংশখিনিও ্হেঁচি থলে ইয়াত মোৰো ভাগ আছে
							
పర్యాయపదాలు : অংশ