అర్థం : প্রাকৃতিকভাৱে বা কৃত্রিমভাৱে পানীৰ গোট মৰা ৰূপ
							ఉదాహరణ : 
							তেওঁ ্ পানীখিনি ঠাণ্ডা কৰিবলৈ বৰফ মিহলাইছে
							
పర్యాయపదాలు : আইচ
అర్థం : পানীৰ একপ্রকাৰ গোটা ৰূপ
							ఉదాహరణ : 
							শূন্য ডিগ্রী ছেলছিয়াছত পানী বৰফ হʼল
							
అర్థం : জলবায়ুৰ শীতলতাৰ কাৰণে ভাপৰ অনুবোৰৰ যি তৰপ ওপৰৰ পৰা মাটিত পৰে
							ఉదాహరణ : 
							আজি পাহাৰীয়া অঞ্চলত বৰফ পৰাৰ সম্ভাৱনা আছে
							
పర్యాయపదాలు : হিম