అర్థం : যিজন পুৰুষৰ বিবাহ হৈ আছে বা হৈ গৈছে
							ఉదాహరణ : 
							নিজৰ লʼৰাক দৰাৰ ৰূপত দেখি মাক প্রফুল্লিত হৈছিল
							
పర్యాయపదాలు : দৰা
అర్థం : যি পৰিমাণত বেছি
							ఉదాహరణ : 
							তেওঁৰ দুর্দশ্া দেখি মোৰ বৰ দুখ লাগিল  তেওঁ ্ বহুত সম্পত্তিৰ অধিকাৰী
							
పర్యాయపదాలు : অগণন, অগাধ, অজস্র, অতি, অতিপাত, অতীব, অত্যধিক, অত্যন্ত, অধিক, অনেক, অসংখ্য, এগাল, কোটি কোটি, ঢেৰ, দেধাৰ, প্রগাঢ়, প্রচুৰ, বহু, বহুত, বাৰেপাচি, বিপুল, বিস্তৰ, বেছি, যথেষ্ট, লাখ লাখ, শ শ, সৰহ, হাজাৰ হাজাৰ, হাজাৰ-বিজাৰ