అర్థం : উদ্বিগ্ন হোৱা অৱস্থা বা ভাব
							ఉదాహరణ : 
							উদ্বিগ্নতাৰ কাৰণেই মই এই কামটোত মন বহুৱাব পৰা নাই
							
పర్యాయపదాలు : উগুল-থুগুল, উচপিচ, উচপিচনি, উদ্বগ্নতা, উৎকণ্ঠা
అర్థం : ভাবত বিভোৰ হৈ থকা
							ఉదాహరణ : 
							সকলো কামতে শ্যামক ভাব বিভোৰতাত থকা যেন লাগে
							
పర్యాయపదాలు : ভাব বিভোৰতা, ভাব-বিভোৰতা, ভাব-বিহ্বলতা
అర్థం : ভয়, চিন্তা আদিৰ কাৰণে মস্তিষ্কৰ কোষবোৰত চাপ পৰাৰ কাৰণে বিকলতা অনুভৱ কৰা অৱস্থা
							ఉదాహరణ : 
							মানসিক অশান্তিৰ কাৰণে তেওঁ ্বেমাৰত পৰিল
							
పర్యాయపదాలు : অশান্তি, মানসিক চাপ