అర్థం : স্বামী বা অন্নদাতাৰ কাম বা সেৱা বিশ্বাসযোগ্যতাৰে কৰোতাজন
							ఉదాహరణ : 
							সকলো চাকৰেই বিশ্বাসী নহয়
							
పర్యాయపదాలు : কৃতজ্ঞ, প্রভুভক্ত, স্বামীভক্ত
అర్థం : বিশ্বাস কৰা লোক
							ఉదాహరణ : 
							তেওঁ ্মোৰ সততাৰ প্রতি বিশ্বাসী
							
పర్యాయపదాలు : প্রত্যয়ার্হ, বিশ্বাস কৰোঁতা, বিশ্বাসযোগ্য, বিশ্বাসশীল, বিশ্বাস্য
అర్థం : যিজন বিশ্বাসৰ যোগ্য বা যাৰ ওপৰত বিশ্বাস কৰিব পাৰি
							ఉదాహరణ : 
							শ্যাম বিশ্বাসী ব্যক্তি
							
పర్యాయపదాలు : বিশ্বসনীয়, বিশ্বাসযোগ্য, বিস্বস্ত