అర్థం : যি প্রক্রিয়াৰ দ্বাৰা ভিন ভিন দেশৰ মূদ্রাৰ আপেক্ষিক মূল্য স্থিৰ কৰা হয় আৰু সেই অনুসৰি পাৰস্পৰিক লেন-দেন কৰা হয়
							ఉదాహరణ : 
							বিনিময়ৰ বাবেই টকাৰ মূল্য প্রতিদিনে কমি বা বাঢ়ি থাকে
							
అర్థం : বস্তুৰ আদান-প্রদানৰ প্রক্রিয়া
							ఉదాహరణ : 
							বস্তুৰ বিনিময় কৰাৰ প্রণালী অতি প্রাচীন
							
పర్యాయపదాలు : অদল-বদল, অদলী-বদলী, আদান-প্রদান, ৰদ-বদল
అర్థం : এটা বস্তু লৈ তাৰ সলনি আন বস্তু দিয়া ক্রিয়া
							ఉదాహరణ : 
							বস্তু বিনিময়ৰ ক্ষেত্রত ্ তেওঁ ঠগ ্ খালে
							
పర్యాయపదాలు : বস্তু বিনিময়
అర్థం : ভিন-ভিন পক্ষ বা দেশৰ লেনদেন বিনিময় পত্রৰ অনুসৰি হোৱা এক প্রক্রিয়া
							ఉదాహరణ : 
							ভাৰতৰ ভালেমান দেশৰ লগত বিনিময় আছে