అర్థం : যান-বাহন আহি ৰোৱা আৰু প্রস্থান কৰা ঠাই
							ఉదాహరణ : 
							বাছ আস্থানত যাত্রীৰ ভিৰ লাগিছে
							
పర్యాయపదాలు : পৰিবহন কেন্দ্র, বাছ-আস্থান, বাছষ্টেণ্ড
అర్థం : যি ঠাইত যাত্রীক নিবলৈ আৰু থʼবলৈ বাছবিলাক আহি ৰয়
							ఉదాహరణ : 
							তেওঁ নিজৰ চহৰলৈ যোৱা বাছৰ কাৰণে বাছ আস্থানত এঘণ্টা ধৰি ৰৈ আছে
							
పర్యాయపదాలు : বাছ পৰিবহণ কেন্দ্র, বাছ ষ্টেণ্ড, বাছআস্থান