అర్థం : জন্মৰ পৰা এক-দুই বছৰ বয়সৰ লʼৰা-ছোৱালী
							ఉదాహరణ : 
							মাকে কেঁচুৱাটোক পিয়াহ খুৱাই আছে
							
పర్యాయపదాలు : কেঁচুৱাশিশু, পেন্দুকণা, বালক
అర్థం : কম বয়সীয়া লʼৰা বা ছোৱালী
							ఉదాహరణ : 
							তেওঁ শিশুৰ কাৰণেও গল্প লিখে  এই চিনেমাখন সৰু লʼৰা-ছোৱালীয়ে খুউব ভাল পায়
							
పర్యాయపదాలు : বালক-বালিকা, লʼৰা-ছোৱালী, শিশু, সৰু লʼৰা-ছোৱালী