అర్థం : কোনো যান বা বাহনৰ ওপৰত বহাত প্রবৃত্ত হোৱা
							ఉదాహరణ : 
							চালকজনে লʼৰাটোক ঘোঁৰাত  বহুৱালে
							
పర్యాయపదాలు : উঠোৱা
అర్థం : কোনো নাৰীক পত্নীৰ ৰূপত ৰাখি লোৱা
							ఉదాహరణ : 
							ঠাকুৰে ৰামুৰ বোৱাৰীক নিজৰ ঘৰত বহুৱালে
							
అర్థం : কোনো পদত কার্যনি্র্বাহ কৰা
							ఉదాహరణ : 
							চাণক্যই চন্দ্রগুপ্তক তক্ষশীলাৰ সিংহাসনত বহুৱাইছিল
							
పర్యాయపదాలు : আসীন কৰা