అర్థం : আদালতত কোনো গোচৰ উপস্থাপন কৰা ব্যক্তি
							ఉదాహరణ : 
							ফৰিয়াদীয়ে নিজৰ পক্ষক সবল কৰিবলৈ ভালেমান প্রমাণ গোটাইছে
							
పర్యాయపదాలు : অভিযোগকাৰী, গুচৰীয়া
అర్థం : অভিযোগ লগোৱা কার্য
							ఉదాహరణ : 
							তেওঁ বহুত ্ ভাবি-চিন্তি গুচৰীয়াৰ আঁচনি প্রস্তুত কৰিছে
							
పర్యాయపదాలు : গুচৰীয়া
అర్థం : যি গোচৰ দিয়ে বা ফৰিয়াদ কৰে
							ఉదాహరణ : 
							দ্বাৰপালে ফৰিয়াদী ব্যক্তিজনক ৰজাৰ ওচৰলৈ যাবলৈ নিদিলে
							
పర్యాయపదాలు : গুচৰীয়া
అర్థం : প্রার্থ্্না বা আবেদন কৰোঁতা
							ఉదాహరణ : 
							আজি প্রার্থী ্কর্ম্্চাৰীসকলৰ আবেদন-পত্রৰ বিচাৰ কৰা হʼব
							
పర్యాయపదాలు : নিবেদক, প্রার্থী, প্রার্থ্্না কর্তা