అర్థం : কোনো উদ্ভিদ ফুলেৰে সুশোভিত কৰি তোলা কার্য
							ఉదాహరణ : 
							বসন্ত কালে কিছুমান ফুল ফুলাই তোলে
							
పర్యాయపదాలు : ফুলাই তোলা
అర్థం : ফুলা বা বিকশিত হোৱাত প্ৰবৃত্ত কৰা
							ఉదాహరణ : 
							কৃত্ৰিম পদ্ধতিৰে এই কলপুলিখিনি ফুলোৱা হৈছে
							
పర్యాయపదాలు : পৰিস্ফূট কৰা
అర్థం : কোনো বস্তুৰ ভিতৰত বায়ু, তৰল পদার্থ আদিৰে হেচা প্রয়োগ কৰি বিস্তাৰিত কৰা
							ఉదాహరణ : 
							লʼৰাটোৱে বেলুন ফুলায় আছে