అర్థం : কোনো সামগ্রীৰ উপযুক্ত স্থানত থোৱা ক্রম
							ఉదాహరణ : 
							কোঠাটোৰ সকলোবোৰ বস্তু পৰিপাটি কৈ ৰাখি থোৱা আছিল
							
పర్యాయపదాలు : আটোমটোকাৰি, চিজিল
అర్థం : যিটোৰ ভালদৰে ব্যৱস্থা কৰা হৈছে
							ఉదాహరణ : 
							তেওঁ খেলিমেলি হৈ থকা বস্তুবোৰ পৰিপাটি কৰিলে
							
పర్యాయపదాలు : নিয়াৰি, সুবিন্যস্ত, সুশৃংখলিত