అర్థం : নিয়মিত বা প্রায় গোলাকাৰ এক ধৰণৰ পথ যʼত কোনো বস্তু চলাচল কৰে
							ఉదాహరణ : 
							পৃথিৱীয়ে নিজৰ পৰিধিত ঘূৰে
							
పర్యాయపదాలు : কক্ষ
అర్థం : ঘেৰি থকা কোনো ক্ষেত্র বা গোলাকাৰ বিস্তাৰ
							ఉదాహరణ : 
							তুমি এই পৰিধিৰ পৰা বাহিৰলৈ নাহিবা
							
పర్యాయపదాలు : মণ্ডল
అర్థం : বৃত্তক ঘেৰি ৰখা গোলাকাৰ ৰেখা বা তাৰ দৈর্ঘ্যৰ জোখ
							ఉదాహరణ : 
							এই বৃত্তটোৰ পৰিধি হিচাপ কৰা
							
పర్యాయపదాలు : পৰিমণ্ডল, বৃত্ত পৰিধি, বৃত্ত সীমা