అర్థం : কোনো কথাৰ প্রতি কাৰোবাৰ মনোযোগ আকর্ষিত কৰা কার্য
							ఉదాహరణ : 
							ৰজতে শ্বেয়াৰ বজাৰত টকা বিনিয়োগৰ পৰামর্শ দিলে
							
అర్థం : কাৰোবাক কি কৰা উচিত বা কি হʼব লাগে সেই বিষয়ে কোৱা কার্য
							ఉదాహరణ : 
							শিক্ষাগুৰুৱে লʼৰা-ছোৱালীক এই কামটোৰ বিষয়ে পৰামর্শ দি আছিল
							
పర్యాయపదాలు : উপদেশ দিয়া