అర్థం : এছিয়া আৰু আমেৰিকাৰ মাজত থকা এখন মহাসাগৰ
							ఉదాహరణ : 
							প্রশান্ত মহাসাগৰ পৃথিৱীৰ সকলোতকৈ ডাঙৰ মহাসাগৰ
							
పర్యాయపదాలు : প্রশান্ত মহাসাগৰ
అర్థం : যি উদ্বিগ্ন নহয়
							ఉదాహరణ : 
							মোহনৰ জীৱন নিৰুদ্বিগ্ন
							
పర్యాయపదాలు : উদ্বিগ্নহীন, নিৰুদ্বিগ্ন, শান্ত
అర్థం : যাৰ চিত্ত স্থিৰ
							ఉదాహరణ : 
							স্থিৰচিত্তৰ লোকে বিপদ-আপদকলৈ চিন্তা কৰি নাথাকে
							
పర్యాయపదాలు : অচঞ্চল, অমত্ত, শান্ত, স্থিৰ, স্থিৰচিত্ত