అర్థం : যাৰ সত্যাসত্য নিৰূপণ কৰা হৈছে
							ఉదాహరణ : 
							আবেদন পত্রৰ লগত চৰিত্রৰ প্রমাণিত প্রতিলিপি এখন সংলগ্ন কৰক
							
అర్థం : যাৰ বিষয়ে সকলো ঠিকে আছে বুলি মানি লোৱা হয়
							ఉదాహరణ : 
							এইখিনি প্রামাণিক বীজ  তহচিলদাৰ পৰা তেওঁ নিজ গৃহৰ প্রমাণ-পত্র প্রমাণিত কৰিলে
							
పర్యాయపదాలు : প্রামাণিক
అర్థం : তর্ক ্বা প্রমাণেৰে সঠিক বুলি মানি লোৱা
							ఉదాహరణ : 
							ৰামে নিজে নিজকে নির্দোষ বুলি প্রমাণিত কৰিবৰ কাৰণে বহুত কষ্ট কৰিলে
							
పర్యాయపదాలు : সিদ্ধ