అర్థం : ধার্মিক বা নৈতিক কথাক ভালদৰে হৃদয়ংগম কৰি কোৱা বা অর্থ বিস্তৃতভাৱে কোৱা কার্য
							ఉదాహరణ : 
							আমি সকলোৱে সাধুজনৰ প্রবচন শুনিয়েই আছিলোঁ
							
అర్థం : পৰম্পৰা অনুসৰি চলি অহা কথা, বচন বা উক্তি আদি
							ఉదాహరణ : 
							প্রবচন অনুসৰি সন্ধিয়া বেলা দুৱাৰ-দলিত বহিব নাপায়
							
పర్యాయపదాలు : অনুশ্রুতি, প্রবাদ-প্রবচন