అర్థం : যি যশ লাভ কৰিছে
							ఉదాహరణ : 
							মুন্সী প্রেমচান্দ হিন্দী সাহিত্যৰ এজন যশস্বী লেখক আছিল
							
పర్యాయపదాలు : খ্যাতনামা, জনা-শুনা, নামকৰা, প্রথিতনামা, যশস্বান, যশস্বী, যশস্যাশালী, যশোধন নামজাদা, যশোমণ্ডিত, যশোৱন্ত, যশোৱান, সুবিদিত, স্বনামধন্য