అర్థం : যিজনে কাৰোবাৰ প্রতীক্ষা কৰে
							ఉదాహరణ : 
							প্রতীক্ষক সকলে দুঘণ্টা ধৰি নেতাজীৰ অপেক্ষা কৰিলে
							
పర్యాయపదాలు : অপেক্ষক
అర్థం : প্রতীক্ষা কৰোতা
							ఉదాహరణ : 
							প্রতীক্ষাৰত ব্যক্তিজনে এঘণ্টা আপোনাৰ প্রতীক্ষা কৰি গুচি গʼল
							
పర్యాయపదాలు : অপেক্ষাৰত, প্রতীক্ষাৰত