అర్థం : কোনো কামত আনতকৈ আগবাঢ়িবলৈ কৰা প্রযত্ন
							ఉదాహరణ : 
							আজিকালি কোম্পানীবোৰৰ মাজত হোৱা প্রতিযোগিতাৰ কাৰণে বজাৰলৈ নিত্য নতুন সামগ্রী আহিবলৈ ধৰিছে
							
పర్యాయపదాలు : প্রতিদ্বন্দ্বিতা, মোকাবিলা
అర్థం : কোনো উপলক্ষত আয়োজন কৰা কাম বা সুযোগ আদিত অংশ গ্রহণ কৰি প্রতিযোগীসকলৰ মাজত বিজয়ী হিচাপে নি্র্বাচিত হোৱা
							ఉదాహరణ : 
							মনোহৰে বিদ্যালয়ৰ বার্ষিক প্রতিযোগিতাত ভাগ লৈছে