అర్థం : জুই আদি লাগি নষ্ট হোৱা বা বেয়া হোৱা
							ఉదాహరణ : 
							এই কিতাপখনৰ কিছুমান পাত জুয়ে পুৰিলে
							
పర్యాయపదాలు : জলা, জ্বলা, জ্বলি যোৱা, পোৰা যোৱা
అర్థం : শৰীৰৰ কোনো অংগ শুকাই যোৱাৰ কাৰণে বিষ অনুভৱ কৰা কার্য
							ఉదాహరణ : 
							এমাহ ধৰি একেৰাহে ৰʼদত কাম কৰাৰ কাৰণে মোৰ শৰীৰটো পুৰি আছে
							
పర్యాయపదాలు : চমচমোৱা
అర్థం : জ্বলন বা পোৰণ অনুভব কৰা
							ఉదాహరణ : 
							মোৰ ভৰিকেইখন গৰমৰ দিনত বহুত পোৰে