అర్థం : কোনো বস্তু জ্বলাবৰ কাৰণে জুইত পেলাই দিয়া
							ఉదాహరణ : 
							আহাৰ তৈয়াৰ কৰাৰ সময়ত সীতাই বাৰে-বাৰে ভুচি আদি চৌকাটোত ভৰাই আছিল
							
పర్యాయపదాలు : দলিওৱা, নিক্ষেপ কৰা, ভৰোৱা
అర్థం : কোনো বস্তু তললৈ পেলোৱা কার্য
							ఉదాహరణ : 
							লʼৰাটোৱে গাখীৰখিনি
							
అర్థం : অসাৱধানতা বা ভুলবশতঃ কোনো বস্তু কʼৰবাত এৰা বা পেলাই দিয়া
							ఉదాహరణ : 
							কʼব নোৱাৰো ৰমেশে কʼতনো চাৰিশ টকা পেলাই দিলে
							
పర్యాయపదాలు : পেলোৱা