అర్థం : পূর্বৰ ্কোনো ঘটনা বা পৰিস্থিতি যাৰ আগত বা সন্মুখত কোনো বিশেষ কথা বা ঘটনা থাকে আৰু যাৰ লগত মিলালে সেই কথা বা ঘটনাৰ ৰূপ স্পষ্ট হয়
							ఉదాహరణ : 
							এই ঘটনাৰ পৃষ্ঠভূমিও কʼব, তেতিয়াহে আমি কিবা বুজিব পাৰিম
							
అర్థం : কোনো বস্তুৰ পৃষ্ঠত বা পিছফালে থকা ভূমি বা তল
							ఉదాహరణ : 
							এই চিত্রখনৰ সেউজীয়া পৃষ্ঠভূমিখনবৰ মনোমোহা হৈছে
							
పర్యాయపదాలు : পৃষ্ঠ-ভূমি
అర్థం : কোনো ব্যক্তিৰ পূর্বৰ অনুভৱ, শিক্ষা আদি
							ఉదాహరణ : 
							এই কামৰ বাবে আপোনাৰ পৃষ্ঠভূমি বৰ মজবুত
							
అర్థం : অংকিত দৃশ্য, ঘটনা আদিৰ এক আশ্রয় বা আধাৰ
							ఉదాహరణ : 
							এই চিনেমাখন পাৰিবাৰিক পটভূমিত বনোৱা হৈছে
							
పర్యాయపదాలు : পটভূমি, পৃষ্ঠ-ভূমি
అర్థం : মূর্তি অথবা ছবিৰ সকলোতকৈ পিছত থকা অংশ যি অংকিত দৃশ্যৰ ঘটনাৰাজি বোধ্যগম্য হোৱাত সহায়ক হয়
							ఉదాహరణ : 
							এই চিত্রখনৰ পৃষ্ঠভূমি অতি সুন্দৰ হৈছে
							
పర్యాయపదాలు : পশ্চাদপট