అర్థం : কোনো বস্তুৰ স্বৰূপ নির্ণয় কৰিব পৰা কাৰোবাৰ অনুভূতি
							ఉదాహరణ : 
							তেওঁ নিজৰেই পৃথিৱীত বিভোৰ হৈ আছে
							
పర్యాయపదాలు : দুনিয়া
అర్థం : হিন্দু ধর্মগ্রন্থত বর্ণিত গোটেই সংসাৰক ধাৰণ কৰি থকা এগৰাকী দেৱী
							ఉదాహరణ : 
							ধর্মগ্রন্থত ধৰিত্রীক ভগৱান বিষ্ণুৰ পত্নী বুলি কোৱা হৈছে
							
పర్యాయపదాలు : অদিতি, ধৰিত্রী, ধৰিত্রী আই, ধৰিত্রী মাতা, বসুন্ধৰা