అర్థం : কোনো পক্ষ বা দল আদিৰ পৰা পৃথক হোৱা কার্য
							ఉదాహరణ : 
							তেওঁ কংগ্রেছৰ পৰা ওলাল
							
పర్యాయపదాలు : ওলোৱা
అర్థం : কোনো অংশত পৃথক পৃথক হোৱা
							ఉదాహరణ : 
							স্বাধীনতাৰ পিছত ভাৰতবর্ষ ্দুভাগত বিভক্ত হʼল
							
పర్యాయపదాలు : বিভক্ত হোৱা
అర్థం : * সম্বন্ধ আদি নাইকিয়া হোৱা
							ఉదాహరణ : 
							নিজৰ মাজতে কাজিয়া লাগি পতি-পত্নী দুয়ো এৰা-এৰি হʼল
							
పర్యాయపదాలు : আঁতৰ্া-আঁতৰি হোৱা, এৰা-এৰি হোৱা, নিলগ হোৱা, নিলগা-নিলগি হোৱা, বিচ্ছিন্ন হোৱা, বিভক্ত হোৱা, বেলেগ হোৱা