అర్థం : ব্যাকৰণত সর্ব ্নামৰ যি ভেদৰ দ্বাৰা সর্ব- নামৰ প্রয়োগ বক্তাৰ বাবে হৈছে নে শ্রোতাৰ বাবে হৈছে বা আন কোনো তৃতীয়জনৰ বাবে হৈছে জানিব পাৰি
							ఉదాహరణ : 
							ব্যাকৰণৰ মতে পুৰুষ তিনি প্রকাৰৰ
							
అర్థం : বংশ পৰম্পৰাত কাৰোবাৰ পিতা, ককা, আজোককা আদি বা পুত্র, নাতি, পৰিনাতি আদিৰ বিচাৰেৰে কৰা গণনা-ক্রমৰ কোনো স্থান
							ఉదాహరణ : 
							তিনি পুৰুষৰ পিছত আমাৰ ঘৰত কোনো কন্যা সন্তানৰ জন্ম হʼল