అర్థం : কাৰোবাক কোনো বস্তু আদিৰে আঘাত কৰা
							ఉదాహరణ : 
							পুলিচে চোৰটোক লাঠিৰে মাৰিছে
							
పర్యాయపదాలు : কোবোৱা, ধুলাই দিয়া, পিটন দিয়া, প্রহাৰ কৰা, মৰা
అర్థం : মৰিয়াই কোনো বস্তুক চেপেটা কৰা
							ఉదాహరణ : 
							কমাৰে লোহাৰ সঁজুলি বনোৱাৰ সময়ত জুইত লোহা গৰম কৰি পিটে