అర్థం : ঘোঁৰা গাড়ী আদিত ভৰি দিবৰ কাৰণে প্রস্তুত কৰা স্থান
							ఉదాహరణ : 
							তেওঁ ্ঘোঁৰাগাড়ীত ভৰি ৰাখিবৰ কাৰণে পাৱদানীত ভৰি থʼলে
							
అర్థం : ভৰি থʼব পৰা আসন
							ఉదాహరణ : 
							শ্যামাই আৰাম দিবৰ কাৰণে ভৰিদুখন পাওদানীত ৰাখিছে
							
పర్యాయపదాలు : পাওদানী
అర్థం : ভৰি থোৱা কোনো বস্তু বা স্থান
							ఉదాహరణ : 
							পাওদানীৰ সুবিধা হোৱাৰ কাৰণে ভৰি দুখনে আৰাম পায়
							
పర్యాయపదాలు : পাওদানী