అర్థం : বনৰীয়া আৰু ঘৰচীয়া হিচাপে পোৱা যোৱা এবিধ মজলীয়া আকাৰৰ চৰাই, যাক শান্তিৰ প্রতীক হিচাপে গণ্য কৰা হয়:আগৰ দিনত পাৰ চৰাইয়ে বার্তাবাহকৰ কাম কৰিছিল
							ఉదాహరణ : 
							
							
పర్యాయపదాలు : পাৰ চৰাই
అర్థం : সন্মুখত থকা অন্য ফাল
							ఉదాహరణ : 
							আন্ধাৰ হোৱাৰ আগতেই আমি জংঘল পাৰ হোৱা উচিত
							
అర్థం : জলাশয়ৰ সন্মুখৰ বা অন্য কোনো ফালৰ সীমা
							ఉదాహరణ : 
							নদীৰ পাৰত থিয় হৈ ্তেওঁ নাৱৰ অপেক্ষাত আছে
							
పర్యాయపదాలు : তীৰ
అర్థం : পাৰ পোৱা বা পাৰত উপনীত হোৱা কার্য
							ఉదాహరణ : 
							ৰামদেৱে নদী পাৰ হʼবৰ কাৰণে মাজীৰ পৰা নাওখন বিচাৰিলে