అర్థం : কাৰোবাৰ কথা, আদেশ আদিৰ অনুসৰি কাম কৰা
							ఉదాహరణ : 
							তেওঁ ্মোৰ আজ্ঞা পালন নকৰিলে
							
పర్యాయపదాలు : মানি চলা
అర్థం : পশু, পক্ষী আদিক নিজৰ ওচৰত খুৱাই-বোৱাই ৰখা:কোনো কোনো লোকে চখতে কুকুৰ, মেকুৰী, ভাটৌ আদি পোহে
							ఉదాహరణ : 
							
							
పర్యాయపదాలు : পালা, পোহ-পাল দিয়া, পোহা
అర్థం : কোনো ব্যক্তি বা বস্তু আদিৰ ধ্যান ৰখা
							ఉదాహరణ : 
							মোৰ বোৱাৰীজনীয়ে এতিয়া চাকৰি বাদ দি লʼৰা-ছোৱালী তথা ঘৰখন চম্ভালে
							
పర్యాయపదాలు : চকু-কাণ দিয়া, চম্ভালা, দায়িত্ব বহন কৰা
అర్థం : ভোজন,বস্ত্র আদি দি জীৱন ৰক্ষা কৰা
							ఉదాహరణ : 
							সকলোৰে মাক-দেউতাকে নিজৰ শকতি অনুযায়ী লʼৰা-ছোৱালীৰ লালন-পালন কৰে
							
పర్యాయపదాలు : প্রতিপালন কৰা, লালন-পালন কৰা