అర్థం : কোনো দৃশ্যপট চোৱা বা শুনাৰ কাৰণে লিখি উলিওৱা কথা বিশেষ
							ఉదాహరణ : 
							এই চিনেমাখনৰ পাণ্ডুলিপিখন বলিষ্ঠ হৈছে
							
అర్థం : ছপাবৰ কাৰণে প্রস্তুত কৰা কিতাপ, লেখা আদিৰ হাতে লিখা প্রতিলিপি
							ఉదాహరణ : 
							মোৰ পাণ্ডুলিপিখন ছপাবৰ কাৰণে ছপাশালত দিয়া হৈছে
							
పర్యాయపదాలు : পাণ্ডু-লিপি