అర్థం : * কোনো কর্মচ্াৰীক অস্থায়ী কামৰ কাৰণে এজনক আনজনৰ ঠাইত স্থানান্তৰিত কৰা
							ఉదాహరణ : 
							সেনাধ্যক্ষই এগৰাকী বিষয়াক সাগৰৰ পাৰত ডিউটী কৰিবলৈ নিযুক্ত কৰিলে
							
పర్యాయపదాలు : নিযুক্ত কৰা
అర్థం : কোনো বস্তু, ব্যক্তি আদিক এঠাইৰ পৰা আন এঠাইলৈ লৈ যোৱা বা যাবলৈ দিয়া
							ఉదాహరణ : 
							ৰামে অঙ্গদক দূত হিচাপে ৰাৱণৰ ওচৰলৈ পঠালে  মই এখন চিঠি পঠিয়ালো
							
పర్యాయపదాలు : পঠিওৱা, ৰাওনা হোৱা