అర్థం : কোনো লেখনিৰ শ্্ব্দবোৰ উচ্চাৰণ কৰি পঢ়া কার্য
							ఉదాహరణ : 
							লʼৰা-ছোৱালীবোৰৰ পঠন কার্যত ্শ্রোতাই হাতচাপৰি বজালে
							
అర్థం : কোনো বিষয়ৰ সকলো দিশৰ বা গূঢ় তত্ত্বৰ জ্ঞান লাভ কৰিবৰ কাৰণে চোৱা, পঢ়া বা বুজা কার্য
							ఉదాహరణ : 
							তেওঁ সংস্কৃতৰ অধ্যয়ন কৰিবৰ কাৰণে কাশীলৈ গৈছে
							
పర్యాయపదాలు : অধ্যয়ন, জ্ঞানার্জন