అర్థం : অৱনমিত হোৱা বা কমি অহা কার্য ্বা ভাব
							ఉదాహరణ : 
							শ্বেয়াৰ বজাৰৰ মূল্যত একেৰাহে হোৱা অৱনতিৰ কাৰণবোৰ বিচাৰ কৰা হৈছে
							
పర్యాయపదాలు : অৱনতি
అర్థం : কমি যোৱা অৱস্থা বা ভাব
							ఉదాహరణ : 
							সময় কম হোৱা কাৰণে মই তালৈ যাব নোৱাৰিলো
							
పర్యాయపదాలు : অকুলন, অপর্যাপ্ততা, অপর্যাপ্তি, অপ্রতুলতা, অপ্রাচুর্য্য, অভাৱ, অল্পতা, অল্পত্ব, কম, চুটা, টুটনি, নাটনি, সামান্যতা, স্বপ্লতা, স্বপ্লত্ব