అర్థం : চৰকাৰে প্রচলন কৰা এক বিশেষ ধৰণৰ কাগজ যʼত টকাৰ সংখ্যা ছপা কৰা থাকে আৰু যাক টকাৰ মুদ্রাৰ সমৰূপত চলোৱা হয়
							ఉదాహరణ : 
							তেওঁ ্ মোক এশ এশকৈ নোটবোৰ দেখুৱাই আছিল
							
అర్థం : কোনো ব্যাখ্যা আদিৰ সংক্ষিপ্ত আলেখ্য
							ఉదాహరణ : 
							তুমি মোক সেইদিনাৰ পাঠদানৰ নোটখিনি দিব পাৰিবানে ?
							
పర్యాయపదాలు : টোকা
అర్థం : মনত ৰাখিবৰ বাবে লিখি বা ওলমায় ৰখা বস্তু
							ఉదాహరణ : 
							নোটটো ফ্রিজৰ ওপৰত  লগায় দিবা
							
పర్యాయపదాలు : টোকা